৭৩০ শ্ৰীকৃষ্ণ। তাৰ প্ৰমাৎ আধোগতি হে হয়। কাম, ক্ৰোধ আৰু লোভ এই তিনি বিপ্ন তিনিখন নৰকৰ দুৱাৰ স্বৰূপ (১); এই তিনি প্ৰভাব এৰাব নোৱাৰিলে জীৱৰ উদগতি নাই। কিন্তু, যি এই তিনি বিপুক দমিব পাৰে, সি পৰমগতি লাভ কৰে। যি ৰাক্ষসী বানাৰে মানুহে শাবিধি অৱজ্ঞা কৰি স্বেচ্ছাচাৰ কৰে, তাৰ ইহলোকত সিদ্ধিলাভ ( চিত্তশুদ্ধি ) নোহোৱাৰ হেতুকে পৰলোকত পৰমগতি লাভ নহয়। হে অৰ্জুন! কাৰ্য আৰু অকাৰ্য্য নিৰূপণৰ অৰ্থে শাস্ত্ৰই বিশিষ্ট প্ৰমাণ দিছে; এতেকে তুমি কোনো অশুভ বাসনাক প্ৰশ্ৰয় নিদি শাস্ত্ৰমতে ধৰ্ম (২) অনুযায়ী কৰ্তব্যপৰায়ণ হোৱ। (৩) (১) “ত্ৰিবিধং নৰত্যেং ৰং নাশনমান। কান ক্ৰোধতথা লোমাদেৰং ভজে। -গী, ১৩শ অধ্যা, গোক। (২) বধ-প্ৰকৃতি পূজমৰ ফল অনুযায়ী বি মানুহে যি প্ৰকৃতি লাভ কৰে, সেই অনুযায়ী বৃত্তিত সেই মানুহ প্ৰবৃত্ত হয়। অৰ্জুনৰ পুৰজন্মৰ কল অতি উত্তম। তাৰ ফলত তেওঁ ক্ষত্ৰিয়কুলৰ কি হৈ জন্মলাভ কৰিছে। তেওঁৰ একত্ৰিয় ধৰ্ষ। এতেকে ধৰ্ষ পালনৰ অৰ্থে এতিয়া তেওঁ ৰলৈ উলাহেৰে 'নাগ বা যুগুত। (৩) গীতা, ১৬ আধ্যা, ২০-২ গো।
পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৯৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই