পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোেগ। ৭ তাৰে; অজ্ঞানমোহিত হৈ নিজক নে-ধানে কুলেমানে সৰ্বপ্ৰধান কৰাৰ অতৃপ্ত অশুভ বাসনাত সততে সিহঁত উম্মত হয় (১)। হে অৰ্জুন! নানাৰহৰ দুষিত সংকৰত বিভোল, মেহজালত মেখে আৰু বিষয়-ভোগত অত্যন্ত আসক্ত অশুভ বাসনাৰ মাহে নত পতিত হয়। অৰ্থাৎ জীৱনত তাৰ ক্লেশ দুগুচে (২)। আপোন শলাগী, উধৎ স্বভাবী, ধনমানমদযুত আৰী বাসনাৰ মানুহে মাথোন লোক দেখুৱাবলৈ গণ্ডপ, মাৰি নামনিমিতকৈ যজ্ঞানুষ্ঠান কৰে। তেনেকুৱা যজ্ঞৰ শুভফল নাই (৩)। সেই অশুভ বাসনাৰ ৰাক্ষসী স্বভাৱৰ মানুহে অহঙ্কাৰ, বল, দৰ্প, কাম আৰু ক্ৰোধৰ আশ্ৰয় লৈ নিজৰ আৰু অন্যৰ দেহস্থিত আত্মাপ মোৰ (পৰমাত্মাৰ) প্ৰতি বিদ্বেষ ভাব প্ৰকাশ কৰি অশলাগী হয় মাথোন। সেই ঘেষপৰৰশ তুতি অশুভ বাসনাৰ আৰী মানুহে ঘূৰি ঘূৰি আৰী যোনিত (৩) জনম লব লগাত পৰে। এই পূৰ্বজন্মৰ ফলাফলৰপৰা কাকে অব্যাহতি নাই। ৫) “হে কুন্তীনন্দন! যি মানুহে নিজৰ আৰী বাসনাৰ ফলত এবাৰ আৰী যোনিত অনম লয়, তাৰ আৰু সহজে উদগতি নহয়। (১) গীতা, ১৩, আধ্যা ৭-১৫ না। (২) অনেকচিত্তবিভ্ৰান্তা মোল সমাৱতা। এসঃ কামজেগে পত,ি শৰকেইচৌ গীতা, ১০, অখ্যা, ১০ লেক। (৩) আসাৰিতা অন্ধ ধনশানান্বিতা। যাতে শামতৈ॥ শাবিধিপূৰ্বক।*গীতা, ১, আ্যা, ১৭ লোক। (৩) সাপ, বাঘ, কুতী, হৰ, বি, জৰু ইত্যাদি জীৱৰ বোলিক নয় কৰি কোৱা হৈছে। ০) গত, ১০ লাখ, ১৮-১৯ সোক। ১২