শ্ৰীকৃষ্ণ সোমাইছে গৈ! হে বিষ্ণো! তুমিও যেন (১) সেই সকলোকে গৰাহ মাৰিবৰ উদ্দেশে মুখ মেলি আছ, আৰু তোমাৰ জিভাই লাকাব লাগিছে! আৰু, তোমাৰ কাতিৰ উগ্ৰদীপ্তিয়ে যেন জগতক সন্তপ্ত কৰিছে! হে ভগৱান! এই উমূৰ্তিধাৰী তুমি কোন্? (২) মোক কৃপা কৰি কৈ দিয়া। হে দেৱবৰ! তুমি মোৰ প্ৰতি প্ৰসন্ন হোৱ॥ তোমাৰ এই বিকট বিশ্বৰূপৰ নিগূঢ় তত্ত্ব ব্যাখ্যা কৰি মোৰ মনোৰথ পূৰ্ণ কা।” (৩) অৰ্জুনৰ সন্দিহান অনুসন্ধানত ভগৱান শ্ৰীকৃষ্ণই এই বুলি তত্ত্ব সমিচাৰ দিলে, “হে অৰ্জুন। তুমি বুজিবলৈ বাকী নাই যে, সমস্ত প্ৰাণীকে ময়ে (পৰব্ৰহ্মই) সৃষ্টি কৰে, আৰু প্ৰয়োজন মতে ময়ে সংহাৰ কৰে। এতিয়া সেই প্ৰয়োজন উপস্থিত। কিয়নো, পৃথিবীত অধৰ্ম্ম বঢ়োৱাৰ বাবে দুৰ্য্যোধনাদি কু-প্ৰবৃত্তিৰ লোকগণ মোৰ সংহৰিণী মায়াৰ শাসনাধীন হৈছে। লগে লগে সিবিলাকৰ পক্ষীয় ভীয় দ্ৰোণাদিয়েও এই যাত্ৰাত তনু ত্যাগ কৰিব লাগিব, তুমি মাৰাই বা নামাৰা (৩), সিবিলাকৰ মৰণ অনিবাৰ্য। এতেকে, উঠ, তুমি যুদ্ধ (১) ভগৱান সৃষ্টি-স্থিতি-প্ৰলয়ৰ ৰূলশক্তি। শ্ৰীকৃষ্ণৰ ভিৰূপত অৰ্জুনে সততে দৃষ্টিপালনৰ ক্ৰিয়া দেখি আহিছে। গতিকে এই ভয়ৰ বিশ্বৰূপ মূৰ্তি ধ্যানত দেখি তেওঁৰ মনত সলেহ উপস্থিত হৈছে, পালনকৰ্তা মহাবিষ্ণুৰে হঠাৎ প্ৰলয়কাৰী মহাপ ধাৰণ কৰিলে কিয়? বাস্তৰতে এলয় উপস্থিত নে কি? (২) গীতা, একাল আখ্যা, ২৬-৩১ গোক। নেলে। (৩) অৰ্শক সাত দিয়া হৈছে যে, তেও উপস্থিত বুত এত নহলেও,
পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৬৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই