পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোগ। যনি একাত দিভেৰে মোক আৰাধনা কৰে, তাৰৰ বাৰ সিদ্ধি হয়। কিনো ভক্তি অথলে নাযায়। তেনেকুৱা জীৱ ততালিকে ধৰ্মপন্থা- প্ৰাপ্ত হয়। কাৰণ মোৰ ভক্ত বিনাশপ্ৰাপ্ত কাচিতো হব নোৱাৰে (১)। খ্ৰী, বৈশ্য, শূদ্ৰ আদি বেদশাস্ত্ৰজ্ঞানত হীন জাতিৰ (২) মানুহেও মোৰ আয়ত পৰমগতি লাভ কৰে-ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় তো কথাই নাই। এতেকে, হে অৰ্জুন! ক্ষত্ৰিয়তনয় তুমি (৩) নশ্বৰ দেহাৰ মায়া পৰিহাৰ কৰি ভক্তিপৰায়ণ হোৱ॥ তুমি মগতচিত্ত, মঙক্ত আৰু মোৰ পূৰ- পৰায়ণ হৈ মোক নমস্কাৰ কৰাঁ। এইৰূপে মোৰ শৰণাগত হৈ, তোমাৰ আত্মা মোক সমৰ্পণ কৰি, তুমি মোক লাভ কৰা।” (৪) bor- (১) অজ্ঞান বা মোহজনিত ভগভক্তৰ কাপি পতন নাই। (২) জাতি, বৰ্ণ, বয়স, ৩, অস্থাদি নিৰ্বিশেষে ভক্তিৰ অধিকাৰী;-“বধা ভক্তি তথা মুক্তি। (৩) কত্ৰিতনয় বুলি বুদ্ধিস্বৰ্গ শ্ৰীকৃষ্ণই অৰ্জ্জনক অধৰ্ম্ম পালনলৈ, অৰ্থাৎ যুদ্ধত প্ৰবৃত্ত হবলৈ প্ৰকাৰন্তৰে উদগনি দিছে। (৩) গীতা, নবম আ্যা, ২৫-৩০ লোকৰ সংবোগ ব্যাখ্যা।