পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোগ। ৬৭ স্বৰূপ পৰব্ৰহ্মক লাভ কৰে। এতেকে, তুমিও তেনেকৈ যোগনিষ্ঠ হৈ, আপোন-পৰ ভাব পৰিত্যাগ কৰি, উপস্থিত যুদ্ধত প্ৰবৃত্ত ৰূপ স্বধৰ্ম পালন কৰি, সেই অনাদি অনন্ত সনাতন পৰব্ৰহ্মক লাভ কৰিবলৈ সক্ষম হোৱা।” (২) (১) “বেদেষু যজ্ঞেষু তপঃ চৈব জানেষু বৎপুণ্যফলং প্ৰদিষ্টম। অতত্যতি তৎ সৰ্বমিদং বিদিত্বা যোগীপৰং নমুপৈতি চান।” -গীত, অষ্টম আধ্যা, ২৮ লোক। (২) গীতা, অষ্টম আধ্যা, ২৬-২৮ লোৰ সংযোগব্যাখ্যা।