পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোগ। ৬৭৭ অৰ্জুন অনুসন্ধানমূলক প্ৰশ্নৰ সমিচাৰ ভগৱান শ্ৰীকৃষ্ণই এই বুলি দান কৰিলে, “যিজন পৰম অমৰ (১) তেওঁৱেই ব্ৰহ্ম; স্বভাবেই অধ্যাত্ন (২), প্ৰাণিগণৰ উৎপত্তি আৰু বৃদ্ধিবিধায়ক দিয়েই কৰ্ম (৩)। হে প্ৰাণিশ্ৰেষ্ঠ অৰ্জুন! নশ্বৰ পদাৰ্থ ই অধিভুত, হিৰণ্যগৰ্ভই অধিদৈব, বিষ্ণুপময়েই অধিযজ্ঞ। এই অধিষজ্ঞ পুৰুষ দেহাৰ মধ্যত থাকে বুলি, তেওঁ বুদ্ধিমত্তাদিৰপৰা স্বতন্ত্ৰ। যি মানুহে মৰণৰ বেলিকাও ভগৱানক চিন্তি দেহ এৰে, সেই মানুহে যে ভগৱানৰ বৰূপতা লাভ কৰে, তাত সংশয় নাই (৪)। হে কুন্তীনন্দন! চিৰজীৱন অনুৰাগৰে সৈতে চিন্তা কৰাৰ ফলত, যেয়ে যি ভাবনা কৰি দেহত্যাগ কৰে, সেয়ে সেই ভাবপ্ৰাপ্ত হয় (৫)। মৰণ-মুহুৰ্ত্তৰ চিন্তানুসাৰেই (১) যি অবিনশ্বৰ, যি অন্তৰ্বাহব্যাপী, যি ওতপ্ৰোত ভাৱে সৰ্বত্ৰ বিদ্যমান, যি উৎপত্তি বিনাশবজিত, বি সকলোৰে অষ্টা, বি সকলোৰে মূল, বি সকলোৰে শেবগতি, বি কাৰ্য্যৰ আৰ, বি কাৰ্যৰ সামৰ, তেওঁৱেই , তেওঁৱেই পক্ষ। -গীতাসীগনী, কৃষ্ণানন্দ স্বামী। (২) অক্ষৰ ব্ৰহ্মৰ প্ৰত্যক্ষ চৈতন্য দেহৰূপ কল্পিত আত্মাকে অধ্যা বোলা যায়।গীতসন্দীপনী, কৃষ্ণান স্বামী। (৩) ইন্দ্ৰিয়াদিৰ উদ্দেশে বাগ, ফ, হোস, দানি আজি বি অনুষ্ঠিত হয়, তাকে ক নোলা যায়। (৩) “অন্তকালে চ মামেব মন মুতাকলে। ক প্ৰয়াতি স শবং বাতি নাস্তাৰ সং। -গীতা,প, শাখা, গো। (৩) “বং বং বাপি মন্দ বং তাজতন্তে লেৱৰ। তং তমেবৈতি পেতে সৰগৰিত।” -গীত,প, আ্যা, তোক।