এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১০ )
যুৰি, ৰুক্মিণীয়ো সৰ্ব্বাঙ্গে সুন্দৰী। তই কিয়
চুম্পি হৰি, তাঙ্ক আসি চুৰি কৰি, নিলি
কেন আশা ছেদ কৰি॥ মোৰ কন্যা যোৰো
ণৰ, তই নিয়া কৰ ঘৰ, মোৰ হিয়ে অগনি
দহয়। তোহোত পাতক যত, লাগি আছে স্বৰূ-
পত, কহ আবে হয় কি নহয়॥ ২৮ ॥ হেন
শুনি নাৰায়ণে, মাতিল তেতিক্ষণে, শুন
অৰে শিশুপাল ভাই। তই যেবে বাঢ়ি যুৰি,
তই আছ আগ কৰি, দেশ আৰ সঞ্জাত
বোলাই॥ যোৰণৰ কন্যা ভৈলে, পিন্ধাইবে
উৰাইবে লাগে, নানা বিধ দিব্য অলঙ্কাৰে।
যোৰণৰ কন্যাটীক, কিয় নানি আছ বাপু,
ঝাণ্টে দেস সঞ্জাত ইহাৰ॥ ২৯ ॥ দুৰ্জ্জনৰ নিন্দা
বাণী, বেঙ্গৰ আৰাৱ জানি, তাৰ কোনো অন্ত
লৈতে পাৰে। যি কাৰণে হবি পূৰি, মোক
মাত গৰ্ব্ব কৰি, সবে খানি কৈবোহোঁ তো-
মাৰে॥ অল্প জন বড় হৱে, অমান্যে মান্যক