পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

নে বৈশ্যৰ ঘৰত অলপ পাহৰিলো দুয়ো একেলগেই একে সীমাতে থাকোতে তিনিওটা পৰিয়ালে লগ লাগি এটি প্ৰীতিভোেজ খাইছিলো। বৈশ্য আৰু দত্তৰ বহুমুখী প্ৰতিভাৰ বিষয়ে লিখি শেষ কৰিব নোৱাৰি। আগলৈ আকৌ সুবিধা পালে কাহিনীবোৰ বিৱৰি লিখাৰ আশা থাকিল।●




(লেখক গুৱাহাটীৰ কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিখ্যাত জ্যোতিষ চৰ্চাকাৰী।)
(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)