পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮০
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

কণিষ্ঠ ভাতৃসকলে প্ৰয়াত উমেশ বৈশ্যলৈ দিয়া বিশেষ চিঠিখন

 এই বিশেষ চিঠিখন দিয়াৰ ১৫ দিন পিছতে উমেশ বৈশ্য স্বৰ্গগামী হয়। কিন্তু দুৰ্ভাগ্যজনক কথা যে উমেশ বৈশ্যৰ মৃত্যুৰ কিছুদিন পিছতে কোনো অজ্ঞাত কাৰণত তেওঁৰ ভাতৃসকলে তেওঁলোেক প্ৰতিশ্ৰুতি ৰাখিবলৈ অপাৰগতা প্ৰকাশ কৰে৷