পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অন্যান্য

(শােক প্রস্তাৱ, চিঠি-পত্র, বংশাৱলী, আলােক চিত্র ইত্যাদি)

 “তেখেতৰ কর্তব্যপৰায়ণ গুণ, সমাজ আৰু আত্মীয়
লােকৰ প্ৰতি থকা আন্তৰিকতা, বিদ্যালয়খনৰ প্ৰতি থকা
ভালপােৱা, সাহিত্য সেৱাৰ মনােভাৱ,  প্রবক্তা হিচাপে
তেখেতে আমাৰ মাজত প্রখ্যাত হৈ পৰিছিল। নিজৰ জন্ম
ঠাইৰ লােকৰ প্ৰতি তেওঁৰ আছিল এক সুকীয়া ভালপােৱা।”
 —হাচিম আলী
 অধ্যক্ষ, নাহৰগুৰিহাট উঃ মাঃ বিদ্যালয়