পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৃষ্টিৰ মাধুৰী : কৃষ্টিৰ হেঙুল

লগােৱা নাকী ছাত্র শক্তি
নেৰিবা মুঠিটি টান
বন্য শক্তি নাশিবলৈ তুমি
হােৱা যেন শক্তিমান
হােৱা চিৰ আয়ুষ্মান।

–উমেশ বৈশ্য