পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৪
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

তুমি.. তোমাৰ কবিতা... যেন... যেন...
থোৰ মেলা এডৰা শইচ
তুমি... তোমাৰ কবিতা... যেন... যেন...
পুৱতি পখীৰ মাত কথা...•


(উৎসৰ্গ : শ্ৰদ্ধাৰে উমেশ চন্দ্ৰ বৈশ্যদেৱৰ সোঁৱৰণত)