পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

বিৰুবাৰীৰ ৰাইজে জানো বুজিব?
বিৰুবাৰী-ৰিহাবাৰী সেৰেঙা বসতি
তাতেই বৈশ্য চাৰ শিক্ষাৰ ৰোৱনী,
নিৰক্ষৰৰ সন্তানক গঢ় দিবলৈ
পোৱা নাছিল কেতিয়াও আমনি।

বিৰুবাৰী, ৰূপনগৰ, প্ৰফেচৰ কলনি
আৰু জোনাকপুৰো জনাৰণ্য হ’ল
হে মহিয়সী শ্ৰদ্ধা যাচিলোঁ
পৰিহাৰ কৰি সকলো কোলাহল।•