চকুলাে দুখৰ পাছত যদিহে নিগৰে চকুলাে— দাম আছে সেই চকুলােৰ সেই অনুতপ্ত চকুলােত বিষাদ ভৰপূৰ পলে-পলে বাজি থাকে তাত যন্ত্রণাৰ নূপুৰ।
ৰচনাকাল : ২০০৪