এটা ভাল দিনৰ বাবে এটা ভাল দিনৰ বাবে কবিতা লিখো আহা শান দিও শব্দবোৰত যেন চিক্চিকীয়া ইস্পাতৰ তৰোৱাল। ৰচনাকাল : ২০০৪