বিহু মাৰোগৈ ব’লা বিহু মাৰোগৈ ব’লা ভন্টীহঁত বেগতে ওলা ফাগুণ আহি বসন্ত পালেহি ঢোল বাই মনবৰ পালেহি অ’ ৰহিমলা বুকুত চাদৰখনিলৈ বেগতে ব’লা। ৰচনাকাল : ২০০৪