চৰাই তুমি চৰাই হ’লে ময়ো চৰাই হ’ম তুমি পৰ হ'লে ময়ো পৰ হ’ম। মাথো তোমাৰ মোৰ পাৰ্থক্য থাকিব মৃত্যুৰ দিনা। মৃত্যু আজি বা কালি চেগ্ বুজি ওলাই থাকিবা সাজি-কাচি। ৰচনাকালঃ ২০০৪