কলম কলম মোৰ সুহৃদ-বাঞ্চিত সুকৃত কলমে বঢ়াই মোৰ সুদিন কলমে-কলমে বাঢ়ি আহে প্ৰাচুৰ্যৰ দেশ কলমৰ বাবে নালাগে- নালাগে স্বৰ্গদেউৰ আদেশ ৰচনাকাল : ২০০৪