শূন্য মোৰ শূন্য তোমাৰ শূন্য দেউতাৰ শূন্য শূন্য ভড়াল শূন্য চোতাল কি ভাবোতে কি ঢুকাল ফুলৰ মাজৰ ফুল শুকাল ৰচনাকাল : ২০০৪