অমিল এদিন শুনিছিলো পাতিদিলে কৰুণ হাত নামি আহে দেশ মাটি, স্বকাল স্বদেশী এতিয়া এটকাত দুটা তিল ভাবি চোৱা জীৱনৰ ক’ত অমিল। ৰচনাকাল : ২০০৪