ভুল বাৰে বাৰে ভুল কৰো আচলতে ভুলৰ পাঠ্য পুথি পঢ়োতে ভুল কুঁপিপাঠ ভুল, ভুল জীৱনৰ জৰীপ— ভুল—মৃত্যুৰ সৰীসৃপ। ৰচনাকাল : ২০০৪