আঘোণ আঘোণ বুলিলেই একালত হাতে-ভৰিয়ে কেঁচা সোণ ধান দাই ওভতে এপৰ-এবেলা, শাওনত নে কাতিতে বান্ধি থোৱা দুখৰ টোমনি চৈ বান্দি গুচি যায় ঘোপ মৰা এন্ধাৰ আফালি—৷ ৰচনাকালঃ ২০০৪