অনুভৱৰ খেৰকুটা কঢ়িয়াই বুকুত এতিয়া হাজাৰটা টোকোৰা চৰাইৰ বাহ তাতে বান্ধো আঁহা আলফুলে নিঃশব্দে নিৰলে এমুঠি নীলা এমুঠি সেউজীয়া হেঁপাহ