এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাতনি।
আমি এই সৰু পুথি খনি বহু পৰিশ্ৰম কৰি ৰচনা
কৰিলো এই পুথি পূৰ্ব্বেও ছপা আছিল, এইবাৰ আমি
আগতকৈ কলেৱৰ কিছু ডাঙ্গৰ কৰা হল। দাম আগৰ
৵৹ আনাকে ৰাখিলো। তলত কিছু গদ্য কৰি দিয়া হৈ
তাত, গোটেই খনি পুথিৰ সংক্ষেপ বিৰৰণ দিয়া হল,
পাছ বাৰ ছপা কৰোতে ই আত কও কলেৱৰ আৰু
বেছি কৰিবৰ মন আছে। আসা কৰো, জ্ঞানী গুণী
সকলে যেন ই আৰ একো খনি হাটত লয় তেনে হলে
আমা যত্ন ও পৰিশ্ৰম সিদ্ধি হল বুলি মানিম। ইতি
সন। |
লেটুৰ গ্ৰাম সত্ৰ কৰাঙ্গা। |