এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৯
শ্ৰীদেবীভাগৱত
ততক্ষন তাৰ মৃত্যু নাহিক নিশ্চিত।
তাক বধিবাক কাৰো নুহিকা সমৰ্থ॥
এতেক আকাশ বাণী শুনিল ভবানী।
অস্ত্ৰ সামৰিয়া ভৈল প্ৰলয় অগনি॥
কালীৰ প্ৰলয় মূৰ্তি ধাৰণ॥
ঝুমুৰি।
পাছে তৈতে নাৰায়নী। |
ক্ৰৌধেঅতি মহ অগ্নি॥ |