চতুৰ্থ তাধা। ১৭ মাক তাৰে এডোখৰ মাধৱদেৱে দশম পৃথি মোই থবলৈ ৰাখিছিল। এই কথাৰ পৰা অনুমান হয় যে দশমখন তেতিয়া নতুনকৈ ৰচনা কব পুথি দেখি তাৰ ওপৰত মাধৱদেবৰ মৰম বেছি হৈছিল । "ৰদেরে এইবাৰ ১৫৩৩ খৃষ্টাব্দত তীশ শ থৈছিল বুলি শমি পিছত প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে । তাৰ এবছৰ আগেয়ে সম্ভৱতঃ দশম আৰম্ভ হৈ এই বছৰত সনাপ্ত :ৈব লা। সেচসেবি .৫৩২ খৃষ্টাব্দৰ পৰা ১৫৩৩ গুষ্টাৰ ভিতৰত দেৱে হওঁৰ আগচোৱা দশম ৰচনা কৰিছিল বুলি আমি ধৰি৮ো । এইটো ঠিক যে মহাপুৰুষীয়া ধৰ্ম্মৰ চাৰিখন ঘাই গ্রস্তব fতও ধৰ্ম্ম সংস্থাপক শঙ্কৰদেৱৰ পৰাই । ৰচিত কীৰ্ত্তন আৰু দশম এ পদেই ধধ্যা জ’ ৱনৰ আগুন লক সামৰণৰ ফল । । বাৰ স্কন্ধ ছাগলত তাক গীতা । তা নি শ। } সাৰ কীনে পৃথি শঙ্কৰদেৱে ও °ৰ ধৰ্ম্ম জানৰ আগছোৱা কালতে ১ম ] কৰিছিল , তাক , বাৰ এ প্রমদ্ভাগৱতৰ ভিতৰত শ্ৰেষ্টম দশম স্কন্ধৰ শাদিছোৱ। তেওঁ ? দ্য ইৗৱনৰ চেচোৱা কালত বচন' ক{ৰচিল । দশমৰ মাজছোৱা তাক শেহছোৱা তেওঁ অনন্ত কন্দলিক এৰি দি তাৰ পিছত ক্ৰমদ্ভাগ একাদশ মাক দ্বাদশ স্কন্ধৰ পদ কৰি গাগৱত প্ৰচাৰ কাৰ্য্যৰ সামৰণি কৰে। কিন্তু ক্লধ্বজন্মৰ পৰা গোপী-উদ্ভৱ-সংবাদলৈকে (সক্ট কীৰ্ত্তন ছোৱা তেওঁৰ অস্কাৰশমৰ চুম্বক সংগ্রহ যেন দেখি ; আৰু সেট দেথি কীৰ্ত্তনখন দশমৰ পিছত ৰচিত হৈছিল যেন ধাৰণ হয় । কিন্তু বাস্তবিকতে তেনে নহয়। কীৰ্ত্তন হে আগদশম আাগ নহয় । কীৰ্তনখন বাৰ স্কন্ধ ভাগৱতৰ সংক্ষিপ্ত সাৰ। কীৰ্ত্তনত বৃন্দীৰ বাহপূণবপৰা শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণলৈকেও (যি ছোৱা দশমৰ
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৬৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই