পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩১ তৃতীয় আধ্যা । মাতৃ ভাতৃ ভাৰ্য্যাৰ সংযোগে । কতোহো মিলে সন্তোষ । তাহাৰ বিয়োগে কতো শোকে কান্দো পায়। মহা অসস্কোয ॥... . .জল যন্ত্র চ েজৰী বন্ধ হুয়া খণ্ড ঘট যেনমতে { কতো উদ্ধগতি। কতো অধোগতি কতোহো থাকে। মধ্যতে । কৰ্মে বন্ধ হয়৷ সংসাৰচক্ৰত সেহিমতে ভগৱন্ত । ভ্ৰমো চিৰকাল, কদাচিত মই ছখৰ নেদেখো অত্ত / মোক শোক তৃষ্ণা আকুল কৰা, ভৈলে। অতি অচেতন । কিবা কৰোঁ সবে একোকে নাজানো, তোমাত লৈলোঁ শৰণ । । তোমাৰ ভকত মই হওঁ যেবে, জগন্নাথ কৃপা কৰ1 । সংসাৰসাগৰে মজিলে। মাধৱ আমাক প্ৰভু উদ্ধাৰ। .. যৈতে যৈতে গৈয়া জন্ম লভো মই আপোন কৰ্ম্মৰ গতি ভৈতে । েৈত হৰি তোমাৰ চৰণে থাকোক দৃঢ় ভকতি ॥ .. তি কৰি। বাক নোৱাবে তোমাক ব্ৰহ্মা আদি দেৱজাক। মনুষ্য বুদ্ধিৱে কোন মতে মই কৰিবে প্ৰতি তোমাক ॥৷ ঘিটে মূঢ়ভাৱে কৰি লোহো স্তুতি তাক ক্ষমিয়োক মোক। যদি অপৰাধ কৰে তথা পিতো ক্ষমা কৰে সাধুলোক ॥ হেন জানি প্ৰভু হুয়োক প্ৰসন্ন তোমাৰ ভকত আামি । ভক্তিভাৱে যিটো কৰিলে’হে। ওতি, সাঙ্গ হোক সবে স্বামী ॥* কেনে ওখ আক জটিল দাৰ্শনিক তত্ত্ব কেনে উজু ভাষাত প্ৰকাশ কৰা হৈছে! কেনে অম্ভর্নিহিত গভীৰ ভাব জয়ণী কথাৰে । বাহিৰলৈ উলিয়াই শুভিৰনিজৰ] বোৱাই দিয়া হৈছে । শহৰদেৱৰ প্রতিভাপ্রদীপ্ত হাতত পৰি ছৰহ বিষয়ে কেনে সৰল আাক ফুল লিত হয় । এনেজন প্রতিষ্টাশালী পুৰুষ যদি মহাপুৰুষ নহয়, তেন্ধে মহাপুৰুষ কোন ?