পৰম পূজনীয় পিতৃদেৱতা ৺দীননাথ বেজবৰুৱাৰ পবিত্ৰ স্মৃতিৰ উদ্দেশ্যে, পুত্ৰৰপৰা পিতৃয়ে পাবলগীয়া সকলো শ্ৰদ্ধা, সকলো ভক্তিৰে সৈতে “শঙ্কৰদেৱ” অপৰ্ণ কৰিলোঁ।
শ্ৰীলক্ষ্মীনাথ।