পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্দশ আধ্যা ১৭৯ মৰ্ম্ম পাই মুক্তিৰ অধিকাৰী হব পাৰে তাৰ নিমিত্তে তেওঁ ঘাইকৈ কীৰ্ত্তন পুথি ৰচনা কৰি পেষ্ট ৰচনা খোল তাল লৈ কীৰ্ত্তন। কৰি সৰ্বসাধাৰণৰ বস্তু কৰি দিচিল । সংঙ্গতজ্ঞ বাহ্মণ পণ্ডিত সকলৰ সাহায্য । ব্যতিৰেকে জানিবৰ উপায় নথক। শাস্ত্রান। সৰ্বসাধাৰ•ে সহজে যাতে লগিব পাৰে ও*fনমিত্তে তেওঁ শ্ৰীমদ্ভাগৱত শাস্ব ভাঙি পদ কৰিছিল। । এইটোৱেই তেওঁৰ মুখ্য উদেণ্ড । অৱষ্ঠ্যে তেওঁৰ নিচিনা বিদগ্ধ পণ্ডিত জ্ঞানা বিধান । প্ৰতিভাশালী লেখকে যে ৰচনা সাহিতাৰ ফালৰপৰা ও গুৱল সৰু কবিত্বৰ ফালব’ বা সৰ্ব্বক্ষুন্দৰ কৰিব তাক কোৱা বাহুল্য মাথোন "কলিত সদা নুসুমৰে হৰি, হেলাত মৰে আত্মাঘাত কবি।" হৰি ভকতক যিজনে হ'সে । নুবুজি বেদৰ অৰ্থ বিনাশে ॥ জগততে বিষ্ণু আছন্ত ব্যাপি ।। শুনি য়া তাক মুবযু পাপী ॥ ” স্বী স্বচ্ছ মাস সেরাৰ কথা { কৈ মৰে কবে জন্মক বৃথা । ॥” বুজে বেৰ অভিপ্রায় গুট । কৰ্ম্মক কৰিবে নজানে মূঢ় ॥ মৃগহুয়া বোলে মই পণ্ডিত। নষ্ট কৰি ফুৰে আনৰো চিত । নিষ্কামে কৰিয়া সকল কৰ্ম্ম } বিষ্ণুত অৰ্পিব সসব ধৰ্ম্ম ॥ শ্ৰৱণ কীৰ্ত্তন তাহাৰ ফল । মিছাত নাজানি নিনে নিস্কল । বাস্তবিকত শঙ্কৰে শাস্ত্ৰৰ মৰ্ম্ম আৰু মুক্ৰিৰ পন্থ সৰ্বসাধাৰণৰ মাজত ইমান সস্তা কৰি দি ব্রাহ্মণসকলৰ জীবিকা আৰু প্ৰতিপত্তিৰ পানি কৰিছিল দেখি হে শঙ্কৰৰ প্ৰতি তেওঁলোকৰ ইমান জাতকোধ হৈছিল ; আৰু সেইদেখিহে তেওঁলোকে শঙ্কৰৰ অক তেওঁৰ ভকত বৈষ্ণৱসকলৰ অনিষ্ট কৰিবলৈ প্ৰাণপণে লাগিছিল।