পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

— ৬ শঙ্কশ্বদেৱ । সিহঁতে যি মন যায় তাকে কৰাত কোনও বাধা দিব নোৱা ৰিছিল । আন কি, সিওঁতে নিজৰ ইচ্ছামতে যেই কোনো তিক তাকে সম্ভোগ কৰিবৰ অধিকাৰ পাইছিল । বছেৰেকৰ মূৰত দেবীপূজাৰ সময়ত সেই মানুহবোৰ বলি দিয়া হৈছিল । জোতিক বিছ, ঐন্দ্ৰজাল বিস্তা, মঙ্গল চোওৱা, সুৰাপান, গৰ্ভৱতী তিৰুতাৰ । গর্ড ছিৰি হৃণপৰীক্ষা আদি * জয়কার্যাও তান্ত্ৰিকসকলৰ ভিতৰত প্ৰচলিত আছিল । উজনিত মৃ দিয়াৰ ফালে দু'টয়াবিল কৰ ভিতৰত কালীপূগা প্ৰচলিত আছিল, সেই কালীক ‘কেঁচাই, খাতী গোসানী" বুলিছিল। ৩০ পূজাৰ পুৰোহিত বা পূজাৰিক দেউৰী বোলা হৈছিল { দেউৰীবোৰ বামু" নয়ছুটিয়া। সন্ধিয়াৰ তামৰ দ’লত কেঁচাই খাতী গোসানীৰ আগত অসংখ্য নৰবলি দিয়া হৈছিল । ষোড়শ শতিকাৰ আগডোগৰত যেতিয়া আহোম বিলাকে চুটিয়া ৰাজ্য সম্পূর্ণরূপে জয় কৰি টুটিয়াবিলাকক নিজৰ তলতীয়া কৰে, তেতিয়। আৰু তাৰ অনেক কালৰ পিছতে । চুটিয়া দেউৰীযে সদিয়াৰ দ’লৰ কেঁচাই-থাতী গোসানীৰ আগত আৰু আন আন গোসানী মূৰ্ত্তিৰ আগত নৰবলি দিঘাৰ প্ৰমাণ। পোৱা যায়। বিচাৰত যিবোৰ মানুহৰ প্ৰাণ-দণ্ডৰ আদেশ, হৈছিল, আহোমসকাল সেইবোৰ ডৰিত পৰা মানুহক ধেী গোসানীৰ আগত বলি দিবলৈ দিছিল। ডৰিত-পৰা মানুহ । নাপালে কোনো এক বিশেষ খেলৰপৰা বলিৰ মাহহ বাছি লোৱা। হৈছিল। বলি দিবলৈ আগ কৰা মানুহটোক খুৱাই-বুরাই চিকুণ। কৰি থৈ বলি দিয়া হৈছিল, আৰু বঙ্গিৰ আগৰ ডোখৰ কালত

  • ম ইনি আকবৰী ।