পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

মহাস্নানৰ দ্ৰব্য সমূহ

১। এৱা গাখীৰ
২। দৈ গাখীৰ
৩। ঘি
৪। মৌ
৫। হালধীগুৰি
৬। সুগন্ধী তেল
৭। চেনি
৮। কুহিয়াৰৰ ৰস
৯। কৰ্পূৰ
১০। নাৰিকলৰ পানী
১১। গো মুত্ৰ
১২। অষ্ট কলহৰ জল
১৩। ভৃঙ্গাৰৰ জল
১৪। পঞ্চ কচা (আম, বকুল, বৰিয়াল, বগৰী, শিমলু
গছৰ ছাল)
১৫। অষ্ট মৃত্তিকা-
গোহালী ঘৰৰ মাটি
উই হাঁফলুৰ মাটি
তিনি বাটৰ মাটি
গজদণ্ডৰ মাটি
২৭