এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ
চুবুৰীয়া বা দুৰ-দূৰণিৰ আলহি-দুলহী যথাসাধ্যে পূজাৰ বাবে প্ৰসাদ
বুট-মুগ, কল, ধূপ, চাকি গাখীৰ আদি লৈ পূজাথলীত উপস্থিত হয়।
আন কিছুমান ভক্তই দেৱীৰ সন্তুষ্টিৰ বাবে কণী, পাৰ আদিয়ো লৈ আহে৷
ব্ৰাহ্মণে পূজা আৰম্ভ কৰাৰ লগে লগে আগ নিশাৰ দৰে যথা স্থানত ওজাপালীক আসন দিয়া হয়। সমূহ নৈবদ্য, ধূপ-চাকী দিয়াৰ পিছত তেওঁলোকে দ্বিতীয় দিনৰ কাৰ্য্যসূচী আৰম্ভ কৰে। হুঙ্কাৰৰ পিছত প্ৰথম
বন্দনা
- ১। গণেশৰ বন্দনা
- ২। কৃষ্ণ বন্দনা
- ৩। সৰস্বতী বন্দনা
- ৪। মনসা বন্দনা
- ৫। লক্ষ্মী বন্দনা
- ৬। অনাদি বন্দনা
- ৭ । চণ্ডী বন্দনা
- ৮। দেৱীৰ ধ্যান বন্দনা
- ৯। গণেশৰ জন্ম খণ্ড
মহাস্নান
- পঞ্চ কচা, অষ্ট মৃত্তিকা অষ্ট কলহৰ জল
আমৰ চাল উই হাফলুৰ মাটি
২০