পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভূই বোৰত সোমাই বৰ অহুকাল ঘটায়। বাৰিষা ৰাৰ পানী আহি পথাৰবোৰ ৰূপৰ পতা যেন কৰি তুলিলে জপিয়াই জপিয়াই অহা ধুনীয়া পবোৰ চাই থাকিবৰ মন যায়। বিয়াৰাৰু বোৰত ৰাৰুদৰ ফুলজাৰি লগালে, যি এটি চকুত চমক, ল দৃশ্য দেখা যায় হৰিণৰ খুৰাৰ কোবত চিটিকা পানীবোৰৰে তেনে দৃশ্য হৈ মন প্ৰাণ হবে। বোধকৰে। বিধাতাই বিয়াবাৰু হব নোৱাৰা এই সময়ত পানীৰে এনে মন মোহ দৃশ্য তৈয়াৰ কৰি পৰাণীবোবক দেখুৱায়। বুঢ়া-বুঢ়ী সকলৰ মুখৰ পৰা এই বননিৰ ভিতৰত কিছুমান নোমহৰ্ষক কাণ্ড ঘটা বুলি শুনা যায়। সচানে মিছা, সেইটোলৈ পৰচকু অন্ধকাৰ। ওচৰৰ গাওঁৰ ওখ গছত উঠি বননিৰ ফালে চকু কৰিলে, এতিয়াও বননিৰ ঠিক সে মাজত এটি পুখুৰীৰ পাৰত এডাল কাকিনী তামোলে আকাশ ধিয়াই থকা দেখা যায়। সিবোৰ যি হওক, বচন আৰু মাক গৈ গৈ মোমায়েকহঁতৰ ঘৰৰ ওচৰ পালে। এনেতে বন-