পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/৬৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৫৯ ] লাহে লাহে ৰাঘ আচৰা লৰোৰ কাটি আতৰ কৰিলে! বহু দূৰ সাঁতুৰি অহা মানুহে এডুখৰি ৰালিচৰ পালে যেনেকৈ ভিৰাই শতাই লয়, তেৱে। লতা-পতাৰবোৰ আঁতৰ কৰি বহু সময়ৰ বাবে জিৰণি ললে। অন্তত গড়খায়ৈৰ কাণতে হালি থকা তেতেলি এজোপাৰ ডালত ধৰি গছৰ ওপৰত উঠিল। তেওঁ মেখলা খনিৰ মায়া সমূলি তিয়াগি, তা আনি বলৈ অকণো চৈষ্টা নকৰি, কাইটবোৰত লাগি চিৰা- চিৰি হোৱা বিহা খনিকে পিন্ধি ললে। তাৰ পিছত লক্ষ্য ভ্ৰষ্ট পপিয়া তৰাৰ দৰে য'তে বাতি ততে কাটি অৱস্থাকে মনত চি বননিৰ ৰাজ হল। এজন, পালন আৰু সংহাৰৰ গৰাকী বিশ্ব নিয়ন্তাৰ দয়াতেই হৰ পায়-বননিৰ ৰাজ হৈয়েই দুজণী তিৰোতা দেখা পালে। তিৰোতা দুজণী , আন কেও নহয়, বচন আৰু তেওঁৰ মাহে। এওঁলোকৰ ঘৰ ৰালত, বাণী টিহুৰ পৰা তিনি মাইল পূৰে। আজি লীলাৰ হিয়াত দুখৰ পৰিমান যিমান বেছি, বচনৰ হিয়া