পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[১৬] | এনেতে অচিতে এটি যুবা মূৰ্তি তেওঁ কৃত পৰিল। যুবকক চকুৰ আগত পা যুবতৰ ৰল অন্তঃকৰণত লাজৰ সলনি অ'নন্দৰ হবা তাৰ বিৰিঙ্গি ওলাল। তেওঁৰ সৰল হৃদণত তিৰোৰ স্বভাৱ সুলভ ভয়ৰ সঞ্চাৰ নহৈ, ভিীক •াৰ শীতণ ই৷ পৰ'ৰ লগতে, হৃদৰ সৰোবৰত প্ৰেম পদুমৰ কলি ওলোৱা যেন দেখা গ'ল। উলাহতে কিবা এটি হিয়াৰ গুপুত বাসা ব্যকত হোৱা যেন হ'ল, কিন্তু কিতে তেওঁৰ বিবেকক বাব! দি কব নোৱাৰে, তেওঁ তেওঁৰ লাতুকৰ গুটি যেন ৰঙা ওজবি লাৰিব খুজিও নেলাৰিলে। যুবৰ •ৰ হেপা উদয়তে অস্ত হ’ল। কিবা এফেৰি কওঁ কওঁ বুলিও কব নোৱাৰিলে। | যুবতীৰ কাৰ্য্যাবলী দেশি যুবকৰে সৈতে যে তেওঁৰ পৰিচয় আছিল তক বুজিবৰ বাণী নেথাকিল। | যুক সহৰিষে যুবতীৰ ওচৰ চাপিল আৰু এটি হেপাহৰ চাহনিৰে যুবতীৰ পিনে চাই (চিকিয়াই হাঁহি, মউসনা মাতেৰে যুবতীক মাত ল1, “লীলা! অকলে ইয়াত কৰিছা কি? থৰ পথিকে বাট-