পৃষ্ঠা:লাচিত বৰফুকন.pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উছৰ্গা।


এই
গ্ৰন্থৰ নায়ক
লাচিত বৰফুকনৰ
অসাধাৰণ প্ৰতিভা বিকাশৰ
বিশিষ্ট স্থল।
শৰাইঘাটৰ ৰণক্ষেত্ৰ
চিকনাই “উষা”ৰ পোহৰত উলিয়াওঁতা
সাহিত্যক্ষেত্ৰত
মোৰ
প্ৰিয়তম লগৰীয়া
একষ্ট্ৰা এচিষ্টেন্ট কমিচনাৰ,
পণ্ডিত ৺হেমচন্দ্ৰ গোসাঁইদেৱলৈ
তেওঁৰ
প্ৰত্নতাত্ত্বিক অনুৰাগ
আৰু
তদৰ্থে আজীৱন অহোপুৰুষাৰ্থৰ
বঁটা স্বৰূপে
ইপাহী
প্ৰীতি-উপহাৰ।


গ্ৰন্থকাৰ