পৃষ্ঠা:লভিতা.pdf/৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
[পঞ্চম অঙ্ক-৪ৰ্থ দৰ্শন
 
 

হমাৰে হিন্দুস্থানকো আজাদ কৰণেকে লিয়ে এক নয়ে ৰাস্তামে যাতে হ্যাঁয়। ইস্ ৰাস্তেমে যানেকে লিয়ে ম্যায় আজ হমাৰে হিন্দুস্থানী চিপাহী ভায়োকা ভি আজাদ কৰণেকে লিয়ে হাজিৰ হুয়া হু, ভাইয়ো আপলোক মেৰী বাত সমঝ্‌তে হ্যাঁয়?

ডাঃ হাজঃ। (থিয় হৈ) কমাণ্ডাৰ চাহেব। হিন্দুস্থানী বাত্ হম আওৰ দু এক সম‌্জেতে হ্যেঁয়, লেকিন ইস ৰেজিমেন্টকে বাকী আদমিকো আপকা ভাষণ পুৰা সমঝ‌্নেমে কুচ মুছকিল হ্যাঁয়।

শিখ কমাণ্ডাৰ। অচ্ছা! অচ্ছা! ইছ্ ৰেজিমেন্ট কো’ন ভাষা কহতে হ্যায়?

ডাঃ হাজঃ জী য়হ ৰেজিমেন্ট আসাম ৰাইফ্‌লস কা হ্যায়। ৱেলোগ অসমীয়া ভাষা বলতে হ্যাঁয়। হিন্দুস্থানী বোলি থোড়ী সম্‌জেতে হ্যায়।

শিখ কমাণ্ডাৰ। অচ্ছা! অচ্ছা!

(অলপ পৰ ৰৈ জাপানী কমাণ্ডাৰৰ সৈতে আলোচনা কৰে আৰু জাপানী কমাণ্ডাৰ এজনে জাপানী সৈন্যক মাতি এখন ভিজিটিং কাৰ্ডত কিবা লিখি দিয়ে আৰু তাকো জাপানী ভাষাত কিবা কৈ দিয়ে। সি চেলিউট দি বেগেৰে ওলাই যায়।

৮২