পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় সৰ্গ।

নাশিব’ দুৰন্ত দৈত্য, সত্য যুগে যেনে
দানৱ-যুদ্ধত দেবী নৃ-মুণ্ডমালিনী
বিশ্বমাতা শক্তিৰূপা দেবী দিগম্বৰী
ভগৱতী মহাকালী সখী সবে স’তে॥

8