পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰথম সৰ্গ।

 প্ৰিয়সীৰ কথা শুনি উঠি ধীৰে ধীৰে
চাঙ্গমাইশালত চাও গ'ল মেললই
প্ৰিয়তমা মূলা স’তে, ৰতি স’তে কাম,
কিম্বা ৰোহিণীৰে স’তে চন্দ্ৰমা যেনুৱা।

১৯