পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জাননী।
Timely Need of the Country!

আহোমৰ দিন।

প্ৰথম খণ্ড।

প্ৰথম আধ্যা
দ্বিতীয় আধ্যা
তৃতীয় আধ্যা
চতুৰ্থ আধ্যা
আহোম সম্প্ৰদায়ৰ বিবৰণ।
আহোমৰ ৰাজত্ব আৰু সেই সময়ৰ
সাময়িক ঘটনা।
 


দ্বিতীয় খণ্ড।

প্ৰথম আধ্যা—সকলো জাতৰে ৰজাঘৰীয়া বিষয়াবিলাক ( চমুৱা বিষয়া বিলাকে

 সমন্বিতে); তেওঁলোকৰ মান সম্ভ্ৰম আৰু প্ৰত্যেক বিষয়াৰ নিজ নিজ দায়িত্ব।

দ্বিতীয় আধ্যা-আমাৰ দেশৰ সত্ৰবিলাকৰ আৰু দেবালয় আদি মন্দিৰ বিলাকৰ বিবৰণ।

তৃতীয় আধ্যা—সকলো জাতৰে খেলবিলাকৰ বিবৰণ (আঁতি গুৰিয়ে সৈতে, যতদূৰ

 সম্ভৱ), — যেনে, – কোন খেল কোন ৰজাৰ দিনত কেনেকৈ সৃজন

 হ'ল? আৰু সেই খেলৰ মানুহৰ আঁতি-গুৰি কেনে তেওঁলোকৰ ৰজাৰ

 দিনত নিৰ্দিষ্ট কাম কি আছিল,—ইত্যাদি।