কুরি শতিকার
প্ৰতীচ্য শিক্ষাৰ সোঁতত ভাহি যোৱা দিনতো পৃথিবীৰ অতি পুৰণি দেব ভাষাত – অগাধ ব্যুপত্তি আৰু ৰচনা শক্তি থকা অকল আসামৰে নহয় গোটই ভাৰতৰ বাণীৰ বরপুত্ৰ- দ্বিতীয় কালিদাস পূজ্যপাদ স্বৰ্গীয় মহামহোপাধ্যায় ধীৰেশ্বৰ কবিৰ দেৱৰ কাল্পনিক শ্ৰীচৰণ যুগলত নিঃকিনৰ ভ্ৰমপূৰ্ণ অনুবাদ উৎসৃষ্ট হ’ল।