তৃতীয় ভাগ।
কল্পনা।
মানৱ ৰাজ্যত ক্ষুদ্ৰ হৃদয়ত বিহৰিছ সদা তই; কিবা বস্তু তই এই জীৱনত নিচিনিলোঁ তোক মই। নিমিষতে তোল নিমিষে বুৰাৱ নিমিষে জুৰাৱ প্ৰাণ; নিমিষতে পুনু আনন্দে ভহাৱ মহিমা বুজাই টান।
৮৭