শােক-গীতি।
গায়বা কোনেনো সন্ধিয়া বেলিকা কি গীত কি সুৰ ধৰি, বীণৰ নিফুট সুৰে আহি মােৰ নিয়ে মন প্রাণ হৰি। কি ভাব মনত লইবা কোনে ক’ত নাে বজায় বীণ ; বীণৰ লগত কোমল কণ্ঠ সুৰটী হইছে লীন।