—মূৰলী—
সখিয়তী।
মৰমৰ সখিয়তী, ‘সখি ঔ’ মাতে মাতি, যেতিয়া মাতাহি তুমি গছৰ ডালত; তোমাক চাবলৈ যাওঁ, দেখি কত প্ৰীতি পাওঁ, নানা ভাব কত আহি ওপজে মনত।
৭