ঘৰ এৰি বাজ যাব ওলাওঁতে মাতৃৰ সাদৰী মাত, বিদেশত থাকি স্বদেশৰ কথা ভাবোতে হৃদয় শাঁত। বিশ্ব-নিয়ন্তাৰ কল্পনা ৰাজ্যত কল্পনা কতনো কৰি, কল্পিত দ্ৰব্যৰ সুখৰ অংশক অশেষ ভুগিব পাৰি।
৯৬