সুখ।
কিবা কল্পনাৰ অচিন্ত্য শকতি কেনেকৈ মনত আহে, কাৰ্য্য কাৰণত সকলো ভাৱতে সুখৰ কণিকা হাঁহে। বননি মাজৰ ৰম্য কানন কুলু কুলু তান ধৰা, তটিনী সুন্দৰী প্ৰকৃতি জীয়ৰী সকলোতে সুখ ভৰা।
৯৪