( ১৩৮ ) যুদ্ধ কৰা, শুই উঠা প্ৰত্যুষ কালতে একত্ৰে ভোজন কৰা বন্ধুৰ সহিতে, বিপদত পৰা তিৰোতাক ৰক্ষা কৰা এই চাৰি গুণ ল’বাঁ কুকুৰাৰ পৰা।
⸺⸺