ভা GO 315 উচৰ্গা মোৰ শ্ৰদ্ধাৰ দেউতা যাৰ কৰুণাত এই জগতৰ পোহৰ দেখিছো, মোৰ বাবে সেই পৰম আৰধ্য দেৱতা স্বৰ্গীয় বিষ্ণুৰাম হালৈৰ পৱিত্ৰ স্মৃতিত এই গ্ৰন্থখন উচৰ্গা কৰিলোঁ। লেখক ০৭-১০-২০১৮ ইং চন