পৃষ্ঠা:মা দুৰ্গা.pdf/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Offiॐ ॐ মা দুৰ্গা ॐ সুৰৰ্থ ॐ ॐॐ

মনত এটি প্ৰশ্ন জাগিছে বন্ধু, মোৰ হেৰোৱা ৰাজ্য, ধন বন্ধু,

মন্ত্ৰী অমাত্য সৈনা সামন্ত এই সকলো আজি মোৰ শত্ৰু। কিন্তু সিহঁতলৈ মোৰ মনত পৰিছে কিয়? মোৰো একেই প্ৰশ্ন বন্ধু। ধনৰ আশাত যি ভাৰ্য্যাই স্বামীক, পুত্ৰই পিতৃক ত্যাগ কৰিব পাৰে সিহঁতৰ প্ৰতিচ্ছবিবোৰ মোৰ মনৰ পৰ্দাত ভাহি উঠে কিয়? সমাধি ঃ Foto