পৃষ্ঠা:মা দুৰ্গা.pdf/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ॐ-ॐ মা দুৰ্গা ॐ ॐ ॐ ॐ প্ৰণাম কৰি জয় কীৰ্ত্তন অৰ্থাৎ পুৰনাদি পাঠ কৰিব লাগে। এদিন মহৰ্ষি বেদব্যাসৰ শিষ্য মহাতেজা জৈমিনি পৰম তপস্বী বেদাদি পাঠনিৰত মহামুনি মাৰ্কণ্ডেয়ক সুধিলে— সাবৰ্ণিঃ সূৰ্য্যতনয়ো মে মনুঃ কথ্যতেহষষ্ট মঃ নিশাময় তদ্যুৎপত্তিং বিস্তৰাদগদতো মম্। মহামায়ানুভাবেন যথা মন্বন্তৰাধিপঃ। স বভুব মহাভাগঃ সাবৰ্ণি স্তনয়ো ৰবে॥ স্বাৰোচিযেহন্তৰে পূৰ্ব্বং চৈত্ৰ বংশ সমুদ্ভবঃ। সুৰথো নাম ৰাজাহভূৎ সমস্ত ক্ষিতি মণ্ডলে॥ চৈত্ৰবংশীয় ৰাজা সুৰৰ্থ ৰাজ্যহাৰা, ধনহাৰা, সৰ্ব্বহাৰা হৈ ভাৰ্য্যপুত্ৰক ব্ৰাহ্মণৰ ঘৰত থৈ প্ৰাণৰ ভয়ত নিবিৰ অৰণ্যৰ মাজত ঘুৰি ফুৰাৰ সময়ত আন এজন বনচৰৰ লগত ৰজাৰ সাক্ষাৎ হ'ল। ৰজা সুৰথে বনচৰক সুধিলে। তস্য পালয়তঃ সম্যক প্ৰজা পুত্ৰনিবৌৰসান। বভুবঃ শত্ৰুবো ভূপাঃ কোলাবিধ্বং সিনস্তথা॥ হে মহান মোৰ পৰিচয়ত নিশ্চয় আপুনি সুখী নহ’ব। তথাপি মই আপোনাক ক’ব লাগিব। মোৰ ঘৰ কান্ধ্যকুব্জত। নাম মোৰ সমাধি বৈশ্য। সকলোৱে মোক জমীদাৰ বুলি কয়। ততো মৃগয়াব্যাজেন হৃতস্বাম্যঃ সভুপতিঃ একাকী হয়মাৰুহ্য জগাম গহনং বনম্॥ স পৃষ্টস্তেণ কস্তং ভো হেতুশ্চাগমনে হত্ৰ কঃ। সশোক হ’ব কৰ্ম্মাত্ত্বং দুৰ্ম্মনা হ’ব লক্ষ্যসে॥ ইত্যাকন বচক্তস্য ভূপতেঃপ্ৰণয়োদিতম্। প্ৰত্যুবাচ সত্যং বৈশ্যঃ প্ৰশ্ৰয়া বনতো নৃপম্॥ প